সোণ, “এই নিয়ৰ নিয়ৰ টোপালবোৰ, তুমি যে বৰকৈ বেয়া পোৱা । সেইবোৰ আচলতে নিয়ৰ নহয় জানানে ।”
চোৱাচোন, “এই যে মই তোমালৈ ঘোপাকৈ চাই মুখখন ফুলাই দিওঁ, সেইবোৰ জানা ইয়াতেই মিহলি হৈ; সৌৱা যে দেখিছা মেঘ! তালৈ গৈ সখী পাতে ।”
মনত আছেনে, “মই যে কওঁ, কান্দিলে মই ক’লা মেঘৰ মুকুতা মণি সৰে ।”
” সেইবোৰ মুকুতাই জানা পোৱা – নোপোৱাৰ কিবা কিবা লগা ভাৱবোৰ এৰি তোমাৰ শিৰৰ মুকুট সজাব বিচাৰে ।”